অর্থ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
উদাহরণ :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
সমার্থক : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
অর্থ : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
উদাহরণ :
এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
সমার্থক : চমচমোৱা
অর্থ : জ্বলন বা পোৰণ অনুভব কৰা
উদাহরণ :
মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে