অর্থ : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল
উদাহরণ :
সমার্থক : পাৰ চৰাই
অর্থ : সন্মুখত থকা অন্য ফাল
উদাহরণ :
আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত
অর্থ : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
উদাহরণ :
নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
সমার্থক : তীৰ
অর্থ : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য
উদাহরণ :
ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে