অর্থ : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল
উদাহরণ :
ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে
সমার্থক : ৰাজনৈতিক দল
অর্থ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
উদাহরণ :
আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
সমার্থক : পক্ষ
অর্থ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
উদাহরণ :
তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
সমার্থক : দল