সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
উদাহরণ : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
সমার্থক : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, সৰু
অর্থ : যি জাতি, পদ, গুণ আদিত নিম্নমানৰ
উদাহরণ : উচ্চ বর্গই ্সদায় নিম্ন ্বর্গক ্প্রতাৰিত কৰে
সমার্থক : নীচ
ইনস্টল