অর্থ : বৰষুণৰ পানী বৈ অহা জলপথ
উদাহরণ :
একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে
সমার্থক : নলা-নর্দ্্মা
অর্থ : যি নলীৰে লেতেৰা পানী আদি বৈ যায়
উদাহরণ :
ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে
সমার্থক : নর্দ্্মা
অর্থ : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়
উদাহরণ :
এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে
সমার্থক : নলা-নর্দ্্মা