অর্থ : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ
উদাহরণ :
দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে
সমার্থক : আর্হি
অর্থ : কোনো কামৰ আকাৰ-প্রকাৰ আদিৰ পৰিচায়ক হোৱাকৈ আনুমানিক পৰিমাপ কৰি বনোৱা এক ধৰণৰ ৰূপ বা কাঠামো
উদাহরণ :
যিকোনো কাম আৰম্ভ কৰাৰ পূর্বে ্তাৰ ৰূপৰেখা তৈয়াৰ কৰি লোৱা হয়
সমার্থক : ৰূপৰেখা