সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
উদাহরণ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
সমার্থক : ক্ষেত্র, জেগা, ঠাই, থান, প্রদেশ, ভূমি, স্থল, স্থান
অর্থ : পানী নথকা ভূমি ভাগ
উদাহরণ : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
সমার্থক : ভূ-খণ্ড, ভূ-পৃষ্ঠ, মাটি, স্থল, স্থলভূমি
অর্থ : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
উদাহরণ : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
সমার্থক : আড্ডা, আড্ডাস্থলী, কেন্দ্র, ঘাটি, থলী, স্থল, স্থলী
ইনস্টল