সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
উদাহরণ : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
সমার্থক : জোৱান, যুৱ, যুৱক
অর্থ : ষোল্লৰ পৰা পয়ত্রিশ বছৰলৈকে এক অৱস্থা
উদাহরণ : তেখেতৰ দুজন ডেকা লʼৰা আমেৰিকাত থাকে
সমার্থক : ডেকা, যুৱক, যুৱা
অর্থ : যি প্রবীণ নহয়
উদাহরণ : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
সমার্থক : নতুন, নবাগত, নবীন
ইনস্টল