অর্থ : তেলেঙ্গ ক্ষেত্রৰ অধিবাসী
উদাহরণ :
চিকাগোত কেইজনমান পৰিচিত তেলেগুৰ সৈতে দেখা-সাক্ষাৎ হৈছিল
অর্থ : যি লিপিত তেলেগু ভাষা লিখা হয়
উদাহরণ :
কুন্নুৰাণীয়ে তেলেগু পঢ়িবলৈ চেষ্টা চলাই আছে
সমার্থক : তেলেগু লিপি
অর্থ : তেলেঙ্গ অঞ্চলত প্রচলিত ভাষা
উদাহরণ :
অন্ধ্রপ্রদেশত তেলেগু কথা কয়
অর্থ : তেলেঙ্গ অঞ্চলৰ বা তাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
তেলেগু সংস্থাৰ দ্বাৰা আয়োজিত কার্যসূচী বহুত ভাল আছিল
অর্থ : তেলেগু ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
এইখন বহুত জনপ্রিয় তেলেগু চিনেমা
অর্থ : তেলেঙ্গ দেশত বসতি কৰোতা
উদাহরণ :
তুমি এতিয়া তেলেগু লোকৰ সংস্থাৰ সদস্য কিয় নোহোৱা