অর্থ : তুর্কিস্তানৰ অধিবাসী
উদাহরণ :
তুর্কীসকলে ভাৰতৰ ওপৰত বাৰে-বাৰে আক্রমণ কৰিছিল
সমার্থক : তুর্কীস্তান বাসী, তুর্কীস্তান-বাসী
অর্থ : তুর্কী ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
শিক্ষাগুৰুৱে তুর্কী ্বর্ণৰ বিষয়ে বুজাই আছে
অর্থ : তুর্কীস্তানৰ বা তুর্কীস্তানৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
এই তুর্কী টুপিটো তুমি কʼত পালা
অর্থ : তুর্কিস্তানত বসবাস কৰোতা
উদাহরণ :
ভাৰতত ভালেমান তুর্কী লোকে বসতি কৰি আছে
সমার্থক : তুর্কীস্তান বাসী, তুর্কীস্তানী