অর্থ : যি লিপিত তামিল ভাষা লিখা হয়
উদাহরণ :
তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে
সমার্থক : তামিল লিপি
অর্থ : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
উদাহরণ :
তেওঁলোক দুজনে তামিলত কথা পাতি আছে
সমার্থক : তামিল ভাষা
অর্থ : তামিলনাডুৰ নিবাসী
উদাহরণ :
ভালেমান তামিল মোৰ ভাল বন্ধু
অর্থ : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
উদাহরণ :
তামিল সাহিত্য বহুত উন্নত
অর্থ : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
অর্থ : তামিলনাডুত থকা বা বসতি কৰা
উদাহরণ :
তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে