অর্থ : লিবিয়াত প্রচলিত মুদ্রা
উদাহরণ :
তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে
সমার্থক : লিবিয়ান ডিনাৰ
অর্থ : টিউনিছিয়াত প্রচলিত মুদ্রা
উদাহরণ :
তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?
সমার্থক : টিউনিছিয়ান ডিনাৰ
অর্থ : আলজেৰিয়াত প্রচলিত মুদ্রা
উদাহরণ :
তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে
সমার্থক : আলজেৰিয়ান ডিনাৰ
অর্থ : ইৰাকত প্রচলিত মুদ্রা
উদাহরণ :
আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব
সমার্থক : ইৰাকী ডিনাৰ
অর্থ : ইৰাণত প্রচলিত মুদ্রা
উদাহরণ :
এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল
সমার্থক : ইৰাণী ডিনাৰ
অর্থ : কুৱেইটত প্রচলিত মুদ্রা
উদাহরণ :
আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে
সমার্থক : কুৱেইটী ডিনাৰ
অর্থ : বাহৰেইনত চলা মুদ্রা
উদাহরণ :
তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী ডিনাৰ পঠিয়ায়
সমার্থক : বাহৰেইনী ডিনাৰ
অর্থ : জর্দানত প্রচলিত মুদ্রা
উদাহরণ :
তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে
সমার্থক : জর্দানিয়ান ডিনাৰ