সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
উদাহরণ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
সমার্থক : আনন, গঢ়, চেহেৰা, বদন, মুখ, ৰূপ
অর্থ : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
উদাহরণ : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
সমার্থক : প্রবঞ্চক, প্রৱঞ্চক
অর্থ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
উদাহরণ : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
সমার্থক : ধূর্ত, প্রতাৰক, প্রৱঞ্চক, ্ছলনাকাৰী
ইনস্টল