সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভূ-ভাগৰ কিছু ওপৰলৈ উঠি থকা মাটি-পাথৰ অংশবিশেষ
উদাহরণ : তেওঁ টিলাত থিয় হৈ মোক চিঞৰি আছিল
সমার্থক : ঢিপ, স্তূপ
অর্থ : আকাৰত সৰু পর্বত
উদাহরণ : দৌৰি থকা মানুহজন দৌৰি দৌৰি টিলাটোত উঠিলগৈ
সমার্থক : উপগিৰি, টিঙ্গনা, সৰু পাহাৰ
ইনস্টল