অর্থ : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
উদাহরণ :
বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
সমার্থক : জ্বলি যোৱা
অর্থ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
উদাহরণ :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
সমার্থক : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা