সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাঁইটযুক্ত বা অদৰকাৰী গছ-গছনিৰ সমূহ
উদাহরণ : বনুৱাই পথাৰডৰাত জাৰণি-বন চফা কৰি আছে
সমার্থক : জংঘল, জাৰণি-বন
অর্থ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
উদাহরণ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
সমার্থক : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
ইনস্টল