সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাঁইটযুক্ত বা অদৰকাৰী গছ-গছনিৰ সমূহ
উদাহরণ : বনুৱাই পথাৰডৰাত জাৰণি-বন চফা কৰি আছে
সমার্থক : জঙ্ঘল, জাৰণি-বন
অর্থ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
উদাহরণ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
সমার্থক : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
অর্থ : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
উদাহরণ : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
সমার্থক : অৰণ্য, বন
ইনস্টল