অর্থ : ছিৰিয়াৰ মূল অধিবাসী
উদাহরণ :
কেইজনমান ছিৰিয়ান পর্যটক এই ্হোটেলত আছে
সমার্থক : ছিৰিয়া বাসী, ছিৰিয়া-বাসী, ছিৰিয়াবাসী
অর্থ : ছিৰিয়াৰ সৈতে সম্পর্ক ্থকা বা ছিৰিয়াৰ
উদাহরণ :
মানুহৰ স্বার্থই ছিৰিয়ান সাম্রাজ্যৰ পতনৰ কাৰণ হৈ পৰিছিল