সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো পদার্থ আদিৰ ভগা বা পিচা সূক্ষ্ম টুকুৰা
উদাহরণ : নিমগছৰ পাত শুকুৱাই তাৰ গুড়ি তৈয়াৰ কৰি ্ ঘাঁ আদিত লগোৱা হয়
সমার্থক : গুড়ি, চূর্ণ, ্ পাউদাৰ
অর্থ : কোনো বস্তু খান্দিলে বা কাটিলে ওলোৱা অৱশিষ্ট অংশ বা চূর্ণ
উদাহরণ : কাঠৰ গুৰিবোৰ চৌকাত জুই লগোৱাৰ কামত আহে
অর্থ : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
উদাহরণ : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
সমার্থক : উঁহ, বুনিয়াদ, ভেটি
ইনস্টল