সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক
উদাহরণ : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ
সমার্থক : অতিভোজী, ঔদৰিক, পেটুৱা
অর্থ : অত্যধিক খাওঁ্তা
উদাহরণ : খাৱৰীয়া মানুহে এবাৰতে এক কিলো চাউলৰ ভাত খাব পাৰে
সমার্থক : অতিভোজী, খঁকুৱা, খাইকহ, খাৱৈচ, খাৱৰীয়া, দাঁহুৰা, দাহুৰা, পেটুক
ইনস্টল