সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼত শ্লীলতা নাই
উদাহরণ : অশ্লীল কিতাপ বিক্রী কৰাৰ অপৰাধত সোহনক দুবছৰৰ কাৰাদণ্ড বিহা হʼল
সমার্থক : অকথ্য, অনুচ্চার্য, অনুচ্চাৰণীয়, অশ্লীল, কুকথ্য
অর্থ : যিটো ঘৃণাৰ যোগ্য
উদাহরণ : ভ্রূণ-হত্যা এটা ঘৃণনীয় অপৰাধ
সমার্থক : অপকৃষ্ট, ঘিণ লগা-, ঘৃণনীয়, ঘৃণাজনক, ঘৃণাযোগ্য, ঘৃণার্হ, ঘৃণিত, ঘৃণ্য, জঘন্য, বীভৎস
অর্থ : যি শুৱনি নহয়
উদাহরণ : বক্রাচার্যৰ শৰীৰ অশুৱনি
সমার্থক : অগঢ়ী, অপচু, অশুৱনি, অশুৱনী, অশোভন, অশোভনীয়, অশোভিত, অসুন্দৰ, আগঢ়ী, আপচু, আভঁজ্া, আভজা, কদর্য্য, কদাকাৰ, কিম্ভূত-কিমাকাৰ, কুন্ধচ, কুবিকট, কুশ্রী, কুৰূপ, বিশ্রী
ইনস্টল