সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বেয়া বা অশ্লীল বচন বা উক্তি
উদাহরণ : কাকো কটুবচন কোৱা উচিত নহয়
সমার্থক : কটুক্তি, কটুবচন, দুর্বচন
অর্থ : শুনোতাই বেয়া পোৱা এনেকুৱা শ্্ব্দ বা কথা যাক সমাজত ভাল বুলি গণ্য কৰা নহয়
উদাহরণ : অপশ্্ব্দৰ প্রয়োগ কৰা উচিত নহয়
সমার্থক : অপলাপ, অপশ্্ব্দ, অশ্লীল কথা, কটু কথা, দুৰালাপ, বেয়া কথা
ইনস্টল