সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
উদাহরণ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
সমার্থক : ঢঙ, নিয়ম, পদ্ধতি, বিধি, শৈলী, ৰীতি
অর্থ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
উদাহরণ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
সমার্থক : নিয়ম, বাদ, সিদ্ধান্ত
ইনস্টল