অর্থ : ইন্দ্রিয়সমূহৰ নিজ নিজ বাসনাৰ প্রতি আসক্তি
উদাহরণ :
কাম, ক্রোধ, লোভ, মোহ আদি মানুহৰ শত্রু
অর্থ : কোনো ব্যক্তি বা বস্তুৰ পৰিশ্রম, কার্য-্কলাপ আদিৰ দ্বাৰা নির্মিত হোৱা বা অস্তিত্বলৈ অহা উৎপাদন
উদাহরণ :
আপোনাৰ কাম বৰ ধুনীয়া মই আপোনাক মোৰ সকলোতকৈ ভাল কাম দেখুৱাই আছো