অর্থ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা
উদাহরণ :
কুলকার্ণীদেৱে কন্নড় শিকি আছে
সমার্থক : কন্নড় ভাষা
অর্থ : যি লিপিত কন্নড় ভাষা লিখা হয়
উদাহরণ :
কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে
সমার্থক : কন্নড় লিপি
অর্থ : কর্ণাটক ৰাজ্যৰ অধিবাসী
উদাহরণ :
এইখন কন্নড়সকলৰ সভা
অর্থ : কর্ণাটকত থকা বা বসতি কৰা
উদাহরণ :
কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে
অর্থ : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ
উদাহরণ :
তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে
অর্থ : কর্ণাটকৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত