অর্থ : আফ্রিকাৰ মুখ্য নদীসমূহৰ ভিতৰত অন্যতম নদী
উদাহরণ :
কংগো বিশ্বৰ দী্র্ঘতম নদীসূহৰ এখন
সমার্থক : কংগো নদী
অর্থ : মধ্য আফ্রিকাৰ এখন দেশ
উদাহরণ :
বেলজিয়ামৰ পৰা কংগোৱে ঊনৈশ শ ষাঠী চনত স্বাধীনতা লাভ কৰিছিল
সমার্থক : কংগʼ, কংগো জনতান্ত্রিক গণৰাজ্য