সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ
উদাহরণ :
সমার্থক : উচ্চতা, দীঘ, দীর্ঘতা, দৈর্ঘ্য
অর্থ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
উদাহরণ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
সমার্থক : উচ্চ, ওখ-পাখ, চৰা, টিং, শিখৰ
অর্থ : দীঘল শৰীৰৰ
উদাহরণ : অমিতাভ বচ্চন ওখ ব্যক্তি
সমার্থক : উচ্চ, উচ্চতাযুক্ত, উচ্চতাসম্পন্ন
ইনস্টল