সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি জানিবলৈ ইচ্ছা কৰে বা জিজ্ঞাস কৰে
উদাহরণ : সৎসংগত সন্তজনে জিজ্ঞাসুসকলৰ প্রশ্নৰ উত্তৰ বৰ আগ্রহেৰে দি আছিল
সমার্থক : অনুসন্ধিৎসু, কুতুহলী, কৌতূহলী, জিজ্ঞাসু
অর্থ : যিজনে জানিবলৈ ইচ্ছা প্রকাশ কৰে
উদাহরণ : শিক্ষাগুৰুৱে আনন্দ মনেৰে উৎসুক শিক্ষার্থীসকলৰ প্রশ্নৰ উত্তৰ দি আছিল
সমার্থক : জিজ্ঞাসু
অর্থ : যাৰ মনত কোনো তীব্র অভিলাষ থাকে বা যি কোনো কাম বা কথাৰ বাবে অধীৰ হৈ থাকে
উদাহরণ : চিনেমা চাবলৈ উৎসুক লʼৰা-ছোৱালীহঁত সোনকালে ওলোৱা
ইনস্টল