সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
উদাহরণ : ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
সমার্থক : উদ্যমী
অর্থ : প্রয়াস বা উদ্যম থকা ব্যক্তি
উদাহরণ : প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়
অর্থ : কোনো কামত উদ্যম লৈ লাগি থকা
উদাহরণ : মোৰ মা এগৰাকী উদ্যোগী মহিলা
সমার্থক : উদ্যমী, কাজী
অর্থ : প্রয়াস বা চেষ্টা কৰোঁতাজন
উদাহরণ : উদ্যমী লোকৰ কাৰণে একোৱেই অসম্ভৱ নহয়
সমার্থক : উদ্যমী, চেষ্টাশীল, প্রয়াসশীল
ইনস্টল