অর্থ : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
উদাহরণ :
ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
সমার্থক : উদ্যোগী
অর্থ : পৰিশ্রম কৰা ব্যক্তি
উদাহরণ :
পৰিশ্রমীয়ে নিশ্চয় সফলতা লাভ কৰিব
সমার্থক : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী
অর্থ : প্রয়াস বা উদ্যম থকা ব্যক্তি
উদাহরণ :
প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়
সমার্থক : উদ্যোগী
অর্থ : যিজনে পৰিশ্রম কৰে:পৰিশ্রমী লোক সদায় সফল হয়
উদাহরণ :
সমার্থক : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী, ্ কর্মঠ
অর্থ : যিটো উৎসাহেৰে ভৰি আছে
উদাহরণ :
উদ্যমী ব্যক্তিয়ে যিকোনো কাম উৎসাহেৰে কৰিব পাৰে
সমার্থক : উদ্যমপূর্ণ, উৎসাহী, ্উৎসাহপূর্ণ