অর্থ : ক্রিকেট খেলত ব্যৱহাৰ কৰা তিনিডাল খুটি আৰু তাৰ ওপৰত ব্যৱহাৰ কৰা সৰু মাৰিৰ সমূহ
উদাহরণ :
উইকেটৰ পৰা ষ্টাম্প খহি পৰাত বেটছমেনজন আউট হʼল
অর্থ : ক্রিকেট খেলত বেটধৰা পক্ষৰ খেলুৱৈ
উদাহরণ :
ভাৰত চাৰি উইকেটত এই মেচখন জিকিল