অর্থ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য
উদাহরণ :
বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল
সমার্থক : ব্যৱস্থা
অর্থ : ব্যৱস্থা কৰা কার্য ্বা ভাব
উদাহরণ :
সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত
সমার্থক : ব্যৱস্থাপনা, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা
অর্থ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি
উদাহরণ :
সমার্থক : বন্দৱস্ত, ব্যৱস্থা, ব্যৱস্থাপনা