অর্থ : মন বা চিত্তৰ বৃত্তিক বশ কৰা ক্রিয়া
উদাহরণ :
সংযমৰ দ্বাৰা ৰোগৰ পৰা ৰক্ষা পাব পাৰি
সমার্থক : আত্মনিগ্রহ, আত্মিনয়ন্ত্রণ, সংযম, সংযমন, সংযমী
অর্থ : ইন্দ্রিয়ক বশ কৰা কার্য
উদাহরণ :
সংযমৰ দ্বাৰাহে মানুহে সুখ-শান্তি প্রাপ্ত কৰিব পাৰে
সমার্থক : ইন্দ্রিয়জয়, ইন্দ্রিয়দমন, সংযম