সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চল-কপট বা আন কিবা প্রকাৰৰ অনাচাৰ কৰা অৱস্থা বা ভাব
উদাহরণ : বেইমানীৰ ধন কেতিয়াও নাথাকে
সমার্থক : বেইমানী
অর্থ : ভালৰ ওলোটা বা বিপৰীত
উদাহরণ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
সমার্থক : অধম, অনুচিত, অপকৃষ্ট, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ইনস্টল