অর্থ : অসমর্থ ্হোৱা অৱস্থা
উদাহরণ :
অসমর্থ ্হোৱা কাৰণে তেওঁ কিছুমান কাম কৰিব নোৱাৰে
অর্থ : ক্ষমতাহীন বা অক্ষম হোৱা অৱস্থা বা ভাব
উদাহরণ :
অক্ষমতাৰ কাৰণে ৰামুৰ সৈতে এই কাম কৰিব পৰা নগʼল
সমার্থক : অক্ষমতা, অযোগ্যতা, সামর্থহীনতা