সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
উদাহরণ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
সমার্থক : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
অর্থ : কোনো কথা, কাম আদিত সহমত নোহোৱা ভাব বা কার্য
উদাহরণ : সদস্যসকলৰ অসন্মতিৰ কাৰণেই এই আঁচনিখন ওলমি আছে
সমার্থক : অমান্তি, অসমর্থন, অসহমত, সন্মতিহীনতা
অর্থ : যিয়ে সহমত পোৱা নাই
উদাহরণ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
সমার্থক : অস্বীকৃত, নামঞ্জুৰ, সহমতহীন
ইনস্টল