সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খনিৰ পৰা ওলোৱা এক প্রকাৰ কাঁচ সদৃশ জিলিকি থকা চনকা ধাতু
উদাহরণ : ভাৰতৰ ৰাজস্থানত অভ্র অধিক পৰিমাণে পোৱা যায়
সমার্থক : মাইকা
অর্থ : পৃথিৱীৰ পানীভাগ সূর্যৰ ্ তাপত ভাপ হৈ আকাশত জমা হোৱা অংশ আৰু যʼৰ পৰা বৰষুণ হয়
উদাহরণ : মেঘৰ পৰা বৰষুণ হয় আকাশখন কʼলা ডাৱৰে ছানি ধৰিছে
সমার্থক : অম্বুধৰ, জলদ, জলধৰ, ডাৱৰ, পয়োধৰ, বাৰিদ, মেঘ
অর্থ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
উদাহরণ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
সমার্থক : অন্তৰীক্ষ, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য
ইনস্টল