সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এক হোৱা অৱস্থা বা ভাব:দেশৰ একতা আৰু অখণ্ডতা ৰক্ষা কৰা আমাৰ পৰম কর্তব্য
উদাহরণ :
সমার্থক : একতা, একত্ব, একাত্মতা, ঐকাত্ম্য, ঐক্য, ঐক্যবদ্ধতা, সংহতি
অর্থ : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
উদাহরণ : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
সমার্থক : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, একতা, একৰূপতা, ঐক্য, তুল্যতা, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
অর্থ : যি ভিন্ন নহয়
উদাহরণ : তেওঁলোকৰ অভিন্ন যোৰাটো দেখি সকলো আনন্দিত হৈ পৰে
সমার্থক : অপৃথক, অভিন্ন
অর্থ : যিটো ভেদ্য নহয় বা যাৰ ভেদন সম্ভৱ নহয়
উদাহরণ : প্রাচীন কালত ৰজাসকলে অভেদ্য দুর্গ নির্মাণ কৰিছিল
সমার্থক : অচ্ছেদ্য, অভেদনীয়, অভেদ্য, দুর্ভেদ্য
ইনস্টল