অর্থ : উপল্্ব্ধ নোহোৱা অৱস্থা বা ভাব
উদাহরণ :
আজি এখন ভাল অভিধানৰ অভাৱ অনুভৱ হৈছে
সমার্থক : অনুপল্্ব্ধতা, উপল্্ব্ধতাহীন
অর্থ : কমি যোৱা অৱস্থা বা ভাব
উদাহরণ :
সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
সমার্থক : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব