সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভালৰ ওলোটা বা বিপৰীত
উদাহরণ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
সমার্থক : অধম, অনুচিত, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
অর্থ : যিটো ঘৃণাৰ যোগ্য
উদাহরণ : ভ্রূণ-হত্যা এটা ঘৃণনীয় অপৰাধ
সমার্থক : কুৎসিত, ঘিণ লগা-, ঘৃণনীয়, ঘৃণাজনক, ঘৃণাযোগ্য, ঘৃণার্হ, ঘৃণিত, ঘৃণ্য, জঘন্য, বীভৎস
ইনস্টল