সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
উদাহরণ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
সমার্থক : অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
অর্থ : অনুকম্পা বা দয়া কৰা কার্য
উদাহরণ : সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
সমার্থক : সহানুভূতি
অর্থ : আপোন ব্যক্তি বা নিজতকৈ দুর্বল ব্যক্তিক দুখী বা পীড়িত দেখি ্তেওঁলোকৰ দুখ আদি দূৰ কৰা আচৰণ
উদাহরণ : ঈশ্বৰৰ দয়া আমাৰ সকলোৰে ওপৰত বর্তি আছে
সমার্থক : অনুগ্রহ, কৃপা, কৰুণা, দয়া, ৰহম
ইনস্টল