অর্থ : যি চঞ্চল নহয়
উদাহরণ :
মানুহজন গম্ভীৰ স্বভাৱৰ
সমার্থক : অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ, স্থিৰ
অর্থ : যাৰ চিত্ত স্থিৰ
উদাহরণ :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
সমার্থক : অমত্ত, প্রশান্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত