সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
উদাহরণ : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
সমার্থক : আগ, শিখা
অর্থ : যি আগফালৰ বা সন্মুখ ফালৰ
উদাহরণ : এই বাহনখনৰ অগ্রভাগ ভাঙিল
সমার্থক : অগ্রিম, আগমুৱা, আগলি, আগৰ, পূর্ব, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
ইনস্টল