Subscribe
URL of the page has been copied to clipboard.
Meaning : সৰু কণা বিশেষ
Example : মোৰ চকুত বালিৰ কণা সোমাইছে
Synonyms : কণ, কণা, কণিকা
Meaning : ফুলৰ দীঘল কেশৰত জমা হোৱা ধূলিকণা
Example : পখিলাই ৰেণু এপাহ ফুলৰ পৰা আন এপাহ ফুললৈ কঢ়িয়াই লৈ যায়
Synonyms : পুষ্পৰেণু, পৰাগ, পৰাগ ৰেণু
Meaning : কিছুমান এককোষী উদ্ভিদ বা নিম্ন বিকশিত অমেৰুদণ্ডী জীৱৰ দেহৰ দ্বাৰা উৎপাদিত জনন কোষ
Example : ৰেণু এক কোষী জীৱ, শেলাই, ভেঁকুৰ আদিত পোৱা যায়
Install App