Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰং from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰং   বিশেষ্য

Meaning : যি পদার্থৰে কোনো বস্তু ৰঙীণ কৰা হয়

Example : এই শাৰীখনত ৰঙা ৰং দিয়া হৈছে

Synonyms : বৰণ, ৰঙ

Meaning : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে

Example :

Synonyms : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং-তামাচা, ৰগৰ

Meaning : কোনো বস্তুক ৰঙীণ কৰিবৰ কাৰণে মানুহে নি্র্মাণ কৰি লোৱা এক ধৰণৰ তৰল ৰাসায়নিক পদার্থ

Example : চকীখনৰ ৰং ভালকৈ নুশুকাওতেই লʼৰাটো সেই চকীখনত বহি দিলে

Synonyms : পেইণ্ট

Meaning : তাচ খেলৰ কোনো গুৰুত্বপূর্ণ ্সময়ত অন্য পাততকৈ অধিক গুৰুত্ব লাভ কৰা বিশেষ পাত

Example : তেওঁ খেলত জিকিবৰ কাৰণে ট্রাম্প কার্ডেৰে চাল খেলিলে

Synonyms : ট্রাম্প

Meaning : চকুৰ জৰিয়তে বোধ জন্মা কোনো বস্তু আদিৰ গুণ

Example : তেওঁ ্বগা বৰণৰ

Synonyms : বৰণ

ৰং   বিশেষণ

Meaning : বর্ণ ্বা ৰং সম্বন্ধীয়

Example : সেই বগা বৰণৰ মহিলা গৰাকীয়েই আপোনাৰ বিষয়ে সুধি আছিল

Synonyms : বৰণ