Subscribe
URL of the page has been copied to clipboard.
Meaning : সেই ঠাই বা সেই ঠাইৰ সৈতে সম্বন্ধিত
Example : এইখন বেণাৰসৰ এখন স্থানীয় বাতৰি-কাকত
Synonyms : আঞ্চলিক
Meaning : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
Example : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
Synonyms : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, মূল
Install App