Meaning : স্কাণ্ডিনেভিয়াৰ অধিবাসী
Example :
ৰাণীৰ বন্ধুজন স্কাণ্ডিনেভিয়ান
Synonyms : স্কাণ্ডিনেভিয়াবাসী
Meaning : স্কাণ্ডিনেভিয়াৰ লোকৰ ভাষা
Example :
স্কাণ্ডিনেভিয়ান উত্তৰ জার্মান পৰিয়ালৰ ভাষা
Synonyms : নর্ডিক, স্কাণ্ডিনেভিয়ান ভাষা
Meaning : স্কাণ্ডিনেভিয়াৰ বা স্কাণ্ডিনেভিয়াৰ সৈতে সম্বন্ধ থকা
Example :
তেওঁলোকে স্কাণ্ডিনেভিয়ান নৃত্য চাবলৈ গৈছে