Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
Example : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
Synonyms : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সুৰ
Meaning : যাৰ সাহস আছে বা সাহস ৰাখোতা
Example : সাহসী লোকে নিজৰ সাহসেৰে ডাঙৰ কাম কৰি দেখুৱায়
Synonyms : বাহাদুৰ
Install App