Subscribe
URL of the page has been copied to clipboard.
Meaning : সদায় থাকোতা
Example : ঈশ্বৰ শাশ্বত
Synonyms : অক্ষয়, অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অব্যয়, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰন্তন, চিৰস্থায়ী, ধ্রুৱ, নাশহীন, নিত্য, শাশ্বত, শাশ্বতিক, শাশ্বতী
Meaning : বহুত দিনৰ পৰা চলি অহা
Example : সনাতন ধর্মত পুৰাণ, তন্ত্র, মূর্তিপূজা আদি বিহিত আৰু মান্য
Install App