Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ষড়যন্ত্র from অসমীয়া dictionary with examples, synonyms and antonyms.

ষড়যন্ত্র   বিশেষ্য

Meaning : কাৰোবাৰ বিৰুদ্ধে গুপ্তভাৱে কৰা কোনো কাম বা মন্ত্রণা

Example : চৰকাৰ ভাঙিবৰ কাৰণে বিৰোধী দলে সদায় কিবা নহয় কিবা ষড়যন্ত্র কৰে

Synonyms : দূৰভিসন্ধি

Meaning : কাৰোবাক অনিষ্ট কৰিবলৈ বা ঠগিবলৈ একাধিক লোকে কৰা গোপন চুক্তি

Example : গীতা ৰাধা আৰু মোহনৰ গভীৰ ষড়যন্ত্রৰ চিকাৰ হʼল

Synonyms : চক্রান্ত, মতণ্ডা

Meaning : কপটতাপূর্ণ ্কোনো আঁচনি বা আয়োজন

Example : চক্রবেহুৰ ৰচনা এক ষড়যন্ত্র আছিল

Meaning : গভীৰ আৰু গুপ্ত বুদ্ধি বা চল

Example : তোমাৰ য়ড়যন্ত্র ইয়াত নচলিব

Synonyms : কাৰচাজী, চাতুৰি

Meaning : ছলনা কৰা কার্য

Example : তোমাৰ ছলনা কৰাৰ কোনো দৰকাৰ নাই

Synonyms : কাৰচাজি, চতুৰালি, ছলনা